মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অধিক
অসম আৰক্ষীৰ শাখাসমূহ
অসম আৰক্ষী অনাতাঁৰ সংগঠন

কৃতিত্বসমূহ

যোগাযোগ আৱৰণ ক্ষেত্ৰ

  • এদিনত ২৪ ঘণ্টা আৰু এবছৰত ৩৬৫ দিন।
  • আটাইবোৰ জিলা মুখ্য কাৰ্য্যালয়, উপ-মণ্ডল মুখ্য কাৰ্য্যালয়, আৰক্ষী থানা আৰু আৰক্ষী চকীত ভিএইছএফ আৰ/টি যোগাযোগ ব্যৱস্থা স্থাপন।
  • সমূহ ১৪ টা এপিবিএন আৰু ৪ টা এপিটিএফ ত এইছএফ আৰু ভিএইছএফ যোগাযোগ ব্যৱস্থা প্ৰদান।
  • সৰহসংখ্যক ট্ৰেফিক পোষ্ট, চেকপোষ্ট আৰু ঘাইপথ পেট্ৰ’লিং পোষ্ট ভিএইছএফ নেটৱৰ্কেৰে সংযোগ কৰা হয়।
  • অপাৰেছনেল নেট (অপনেট) ৰ অধীনত গুৱাহাটীত ১০০% ভিএইছএফ যোগাযোগ ব্যৱস্থা লাভ কৰা হয়।
  • ৰাজ্যৰ জিলা মুখ্য কাৰ্য্যালয়সমূহলৈ ‘অপনেট’ ৰ সম্প্ৰসাৰণ ঘটোৱা হয়।

কম্পিউটাৰকৃত দ্ৰুতবেগী তথ্য যোগাযোগ ব্যৱস্থা

  • এইছএফ আৰু ভিএইছএফ ৰেডিঅ’ সংযোগৰ জৰিয়তে দ্ৰুতগতিত বাৰ্তা প্ৰেৰণ।
  • এই সুবিধা ২৭ টা আৰক্ষী জিলা মুখ্য কাৰ্য্যালয়ত ১০০% জিলা সামৰি লৈ স্থাপন কৰা হয়।
  • অসম আৰক্ষীৰ ১৪ টা বেটেলিয়নৰ ১৪ টা বেটেলিয়নতে সম্পূৰ্ণ ১০০% সামৰি লৈ এই সেৱা স্থাপন কৰা হয়।
  • অসম আৰক্ষীৰ চাৰিটা ‘APTF BN’ ৰ চাৰিটাতে ১০০% সামৰি লৈ এই সেৱা স্থাপন কৰা হয়।
  • ৩১ সংখ্যক উপ-মণ্ডলৰ ১৮ সংখ্যকত ৫৮.০৬% উপ-মণ্ডল সামৰি লৈ এই সেৱা স্থাপন কৰা হয়।

প্ৰাৰম্ভিকভাৱে ডি/আৰএছ ৰ জৰিয়তে বাৰ্তা নিয়ন্ত্ৰণ কেন্দ্ৰ (মেছেজ কণ্ট্ৰোল চেণ্টাৰ) লৈ ট্ৰান্সমিচনৰ বাবে বাৰ্তা প্ৰেৰণ কৰা হয়। এতিয়া তথ্য যোগাযোগ পদ্ধতি ইয়াৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সৈতে স্থাপিত হোৱাত ‘এমচিচি’ লৈ বাৰ্তা প্ৰেৰণ নকৰাকৈ পোনপটীয়াভাৱে অৰিজিনেটৰ লোকেচনৰ পৰা বাৰ্তা প্ৰেৰণ কৰিব পৰা হৈছে। এই সুবিধাসমূহ ইতিমধ্যেই এছবি, এইছকিউ, চতুৰ্থ এপিবিএন, দশম এপিবিএন আদিত স্থাপন কৰা হৈছে। এই সুবিধাই যোগাযোগ ব্যৱস্থা অধিক ক্ষিপ্ৰতৰ কৰি তুলিছে।

ভইছ এণ্ড ডেটাৰ বাবে ৰীপিটাৰ লিংক

  • ৪৯ সংখ্যক ট্ৰাঙ্ক ৰীপিটাৰ্ছ।
  • ৫৫ সংখ্যক জিলা ৰীপিটাৰ্ছ।
  • ১৫ সংখ্যক উপ-মণ্ডল ৰীপিটাৰ্ছ।
  • মুঠ ১১৯ টা ৰীপিটাৰ্ছ ষ্টেচন।

৫৩ টা ৰীপিটাৰ স্থান স্থাপন কৰা হয়।

  • ২০০ মিটাৰৰ পৰা ১৭৩৯ মিটাৰ উচ্চতাৰ পাহাৰীয়া স্থানৰ বাবে ১৪ পাহাৰ শিখৰ ৰীপিটাৰ্ছ স্থাপন কৰা হয়।
  • ৩৯ টা ৰীপিটাৰ্ছ ভৈয়াম অঞ্চলত স্থাপন কৰা হয়।

১৯৯৫ চনত থকা ৰীপিটাৰ্ছৰ সংখ্যা = ২৪ টা
২০০৫ চনত থকা ৰীপিটাৰ্ছৰ সংখ্যা = ১১৯ টা
২০০৮ চনত থকা ৰীপিটাৰ্ছৰ সংখ্যা = ১২৯ টা