মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

ভাড়াতীয়া লোকৰ পৰীক্ষণ

    • ভাড়াতীয়া লোকৰ পৰীক্ষণৰ অনুৰোধ হৈছে চিচিটিএনএছ পৰিকল্পনাৰ অধীনত অসম আৰক্ষীয়ে নাগৰিকলৈ প্ৰদান কৰা এক নাগৰিক সেৱা।
    • ভাড়াতীয়া লোকৰ পৰীক্ষণ অনুৰোধ হৈছে ভাড়াঘৰ/বিল্ডিং/ফ্লেটত থকা ভাড়াতীয়া লোকৰ পৰীক্ষণ ব্যৱস্থা।
    • ব্যৱহাৰকাৰীয়ে পৰীক্ষণৰ প্ৰয়োজন থকা ব্যক্তিগৰাকীৰ সবিশেষ এণ্টাৰ কৰিব লাগে।
    • আৰক্ষীয়ে পৰীক্ষা কৰিবলগীয়া ব্যক্তিগৰাকীৰ ঠিকনা আৰু পৰিচয় প্ৰমাণ ব্যৱহাৰকাৰীয়ে আপলোড কৰিব লাগে।
    • অনুৰোধ প্ৰ-পত্ৰ পূৰ কৰোঁতে ভাড়াতীয়া ব্যক্তিগৰাকীৰ ব্যক্তিগত সবিশেষ, ঠিকনা, যোগাযোগৰ নম্বৰ সঠিককৈ উল্লেখ কৰাৰ উপৰিও বাধ্যতামূলক সকলো ক্ষেত্ৰ (*) পূৰ কৰিব লাগে।
    • অনুৰোধ দাখিল কৰাৰ আগতে, অনুগ্ৰহ কৰি এবাৰ পৰীক্ষা কৰি চাব। এবাৰ দাখিল কৰা প্ৰ-পত্ৰ পুনৰবাৰ শুদ্ধ কৰিব নোৱাৰি।
    • অনুৰোধ দাখিল কৰাৰ পিছত ব্যৱহাৰকাৰীয়ে সেৱা অনুৰোধ সংখ্যাৰে সৈতে এটি এলাৰ্ট এছএমএছ লাভ কৰিব।
    • আপুনি নাগৰিক প'ৰ্টেলৰ নতুন ব্যৱহাৰকাৰী হ'লে, পঞ্জীয়নৰ বাবে ইয়াত ক্লিক কৰক.
    • আপুনি চিটিজেন প'ৰ্টেলৰ ইতিমধ্যেই এগৰাকী ব্যৱহাৰকাৰী হ'লে, লগ ইন কৰিবলৈ ইয়াত ক্লিক কৰক.