মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

বনকৰা লোকৰ পৰীক্ষণ

    • ঘৰুৱা কামত সহায়তা কৰা লোকৰ পৰীক্ষণৰ অনুৰোধ হৈছে ঘৰুৱা কামত নিয়োজিত বনকৰা মহিলাৰ পৰীক্ষণ
    • ব্যৱহাৰকাৰীয়ে ঘৰুৱা কামত সহায়তা কৰা লোকৰ পৰীক্ষণৰ অনুৰোধ নাগৰিক প'ৰ্টেলত দাখিল কৰিব পাৰে
    • এই অনুৰোধৰ প্ৰ-পত্ৰ পূৰ কৰোঁতে বনকৰা ব্যক্তিগৰাকীৰ সবিশেষ, ঠিকনা, যোগাযোগৰ নম্বৰ সঠিককৈ উল্লেখ কৰাৰ লগতে বাধ্যতামূলক ক্ষেত্ৰসমূহ (*) পূৰ কৰিব লাগে
    • অনুৰোধ দাখিল কৰাৰ আগতে সেয়া ভালকৈ পৰীক্ষা কৰিব লাগে কাৰণ এই অনুৰোধ এবাৰ দাখিল কৰিলে সেয়া আৰু শুদ্ধ কৰিব নোৱাৰি
    • অনুৰোধ দাখিল কৰাৰ পিছত সেৱা অনুৰোধ সংখ্যাৰ এটা এছএমএছ লাভ কৰিব
    • আৰক্ষী পৰীক্ষণ প্ৰক্ৰিয়াৰ সফল সমাপ্তিৰ পিছত ব্যৱহাৰকাৰীয়ে লগ ইন একাউণ্টৰ পৰা এটি প্ৰতিলিপি প্ৰিণ্ট কৰি ল'ব পাৰে
    • নাগৰিক প'ৰ্টেলৰ আপুনি এগৰাকী নতুন ব্যৱহাৰকাৰী হ'লে, পঞ্জীয়নৰ বাবে ইয়াত ক্লিক কৰক.
    • নাগৰিক প'ৰ্টেলৰ ইতিমধ্যেই আপুনি এগৰাকী ব্যৱহাৰকাৰী হ'লে, লগ ইন কৰিবলৈ ইয়াত ক্লিক কৰক.