মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

কৰ্মচাৰী পৰীক্ষণ

    • ব্যৱহাৰকাৰীয়ে নাগৰিক প'ৰ্টেলত ঘৰুৱা সহায়তাৰ বাবে নিযুক্ত লোকৰ পৰীক্ষণৰ বাবে আবেদন দাখিল কৰিব পাৰে।
    • আবেদন পত্ৰ পূৰ কৰোঁতে বনকৰা ব্যক্তিগৰাকীৰ সবিশেষ, ঠিকনা, যোগাযোগ নম্বৰ সঠিককৈ উল্লেখ কৰাৰ উপৰিও বাধ্যতামূলক ক্ষেত্ৰসমূহ (*) পূৰ কৰিব লাগে।
    • এই অনুৰোধ আবেদন দাখিল কৰাৰ আগতে অনুগ্ৰহ কৰি এবাৰ পৰীক্ষা কৰি চাওঁক কাৰণ এই অনুৰোধ আবেদন এবাৰ দাখিল কৰিলে পুনৰাই এয়া সংশোধন কৰিব নোৱাৰি।
    • অনুৰোধ আবেদন দাখিল কৰাৰ পিছত সেৱা অনুৰোধ সংখ্যাৰে সৈতে এটা চিষ্টেম এছএমএছ লাভ কৰিব।
    • আৰক্ষী পৰীক্ষণ প্ৰক্ৰিয়াৰ সফল পৰিসমাপ্তিৰ পিছত ব্যৱহাৰকাৰীয়ে তেওঁৰ লগ ইন একাউণ্টৰ পৰা ইয়াৰ এটা প্ৰতিলিপি ডাউনলোড কৰি ল'ব পাৰে।
    • আপুনি নাগৰিক প'ৰ্টেলৰ এগৰাকী নতুন ব্যৱহাৰকাৰী হ'লে, পঞ্জীয়নৰ বাবে ইয়াত ক্লিক কৰক
    • আপুনি নাগৰিক প'ৰ্টেলৰ ইতিমধ্যেই এগৰাকী ব্যৱহাৰকাৰী হ'লে, লগ ইন কৰিবলৈ ইয়াত ক্লিক কৰক