আৰক্ষী অনাতাঁৰ টাৰ্মিন্যাল ষ্টেচন ১৯৪৬ চনত ৯ ৰ পৰা ২০০৭ চনৰ পহিলা ডিচেম্বৰলৈ ৩৬৪৭ লৈ বৃদ্ধি কৰা হয়।
Type of Commn | Media | Static | Mobile | Total |
---|---|---|---|---|
CW | HF | 150 | 150 | |
R/T | HF | 5 | 5 | |
R/T | VHF | 1212 | 2051 | 3263 |
TP | Line | 44 | 44 | |
Telex | Line | 3 | 3 | |
Data | VHF | 17 | 17 | |
Data | HF | 10 | 10 | |
Data | HF & VHF | 25 | 25 | |
R/T Rptr | VHF | 119 | 119 | |
Data Rptr | VHF | 10 | 10 | |
Fax | Line | 1 | 1 | |
1596 | 2051 | 3647 |
গড়ে ১৫ শতাংশকৈ প্ৰতি বছৰে আৰক্ষী অনাতাঁৰ ষ্টেচন বৃদ্ধি কৰি অহা হৈছে।
১৯৪৬ চনত টাৰ্মিন্যাল ষ্টেচনৰ সংখ্যা = ৯ টা
১৯৯৫ চনত টাৰ্মিন্যাল ষ্টেচনৰ সংখ্যা = ১২৫০ টা
২০০৮ চনত টাৰ্মিন্যাল ষ্টেচনৰ সংখ্যা = ৩৬৪৭ টা