জুলাই ২০২১ |
০৬-০৭-২০২১ |
RE/137(STR)/PT-1/2020-21/23 |
কম্পিউটাৰ পেপাৰ যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০৬-০৭-২০২১ |
Acctt/Fund/2021-22/E/1059-1065 |
২০২১-২০২২ বিত্তীয় বৰ্ষৰ বাবে (কাৰ্যালয়ৰ সামগ্ৰী যেনে কম্পিউটাৰ সম্পৰ্কীয় সামগ্ৰী, কাগজ, পঞ্জীয়ন বহী, আঠা, ফাইল বোৰ্ড আৰু কভাৰ, কলম-পেঞ্চিল ইত্যাদি) আৰু ভিন্ন সামগ্ৰী (ৰং সনা সামগ্ৰী, বৈদ্যুতিক সামগ্ৰী ইত্যাদি) যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০৩-০৭-২০২১ |
SN-684/2018-19/CCTV/All Dist/9 |
অসমৰ সকলো আৰক্ষী থানাত প্ৰয়োজনীয় সকলো আনুসংগিক সামগ্ৰীৰ সৈতে চিচি টিভি ব্যৱস্থাৰ আৰ্হি, যোগান, সংস্থাপন, প্ৰৱৰ্তনৰ বাবে বৈদ্যুতিন নিবিদাৰ জৰিয়তে নিবিদা আহ্বায়ক জাননী |
জুন ২০২১ |
১০-০৬-২০২১ |
SVC/Sty/Tender/2021-2024/631-B |
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ, অসম, স্বতন্ত্ৰ সেনানী ভৱন, ৰূপনগৰ, গুৱাহাটী – ৩২ কাৰ্যালয়ত ষ্টেচনাৰী সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী। |
১০-০৬-২০২১ |
ECP/Sty/GCPVMS/GPS/2020/ |
গুৱাহাটী মহানগৰ আৰক্ষী, আৰক্ষী আয়ুক্তালয়, গুৱাহাটীৰ বাবে যানবাহন মাপক পদ্ধতিৰ সৈতে জিপিএছ যন্ত্ৰ যোগান আৰু কাৰ্যকৰীকৰণৰ বাবে নিবিদা আহ্বায়ক জাননী। |
১)
|
প্ৰস্তাৱৰ বাবে অনুৰোধ |
২)
|
নিবিদা আহ্বায়ক জাননী |
১০-০৬-২০২১ |
Bn.6/Q/Annual Tender/2021/3410-17 |
কামাণ্ডেণ্টৰ কাৰ্যালয়, ষষ্ঠ অসম আৰক্ষী বাহিনী, কাথাল, কাছাৰ, শিলচৰ কাৰ্যালয়ত ২০২১-২০২২ বৰ্ষৰ বাবে নিৰ্মাণ সামগ্ৰী যোগানৰ বাবে স্থানীয় পঞ্জীকৃত প্ৰতিষ্ঠান/যোগানকাৰীৰ পৰা নিবিদা আহ্বায়ক জাননী। |
১০-০৬-২০২১ |
Bn.6/Q/Annual Tender/2021/3402-09 |
কামাণ্ডেণ্টৰ কাৰ্যালয়, ষষ্ঠ অসম আৰক্ষী বাহিনী, কাথাল, কাছাৰ, শিলচৰ কাৰ্যালয়ত ২০২১-২০২২ বৰ্ষৰ বাবে ভিন্ন প্ৰয়োজনীয় সামগ্ৰী যোগানৰ বাবে স্থানীয় পঞ্জীকৃত প্ৰতিষ্ঠান/যোগানকাৰীৰ পৰা নিবিদা আহ্বায়ক জাননী। |
মে’ ২০২১ |
২৯-০৫-২০২১ |
Bn4/HF/2021-22/2051-60 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী-১৯ ত ঘোঁৰাৰ খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী। |
১)
|
নিবিদা আহ্বায়ক জাননী |
২)
|
পুনঃনিবিদা জাননী |
জানুৱাৰী ২০২১ |
২৯-০১-২০২১ |
E/VII/125-17/CID/234 |
MOITRI আঁচনিৰ অধীনত ডেস্কটপ ৱৰ্কষ্টেচন, ডেস্কটপ কম্পিউটাৰ, অনলাইন ইউপিএছ আৰু কম্পিউটাৰ প্ৰিণ্টাৰ ইত্যাদি যোগানৰ নিবিদা বাতিলকৰণ জাননী। |
২৭-০১-২০২১ |
E/VII/125-17/CID/234 |
MOITRI আঁচনিৰ অধীনত ডেস্কটপ ৱৰ্কষ্টেচন, ডেস্কটপ কম্পিউটাৰ, অনলাইন ইউপিএছ আৰু কম্পিউটাৰ প্ৰিণ্টাৰ যোগানৰ বাবে বৈদ্যুতিন নিবিদা পদ্ধতিৰ জৰিয়তে নিবিদা আহ্বায়ক জাননী। |
২১-০১-২০২১ |
PR Cell/APHQR/2020/Purchase/108/19 |
ফট’গ্ৰাফিক আৰু ভিডিঅ’গ্ৰাফিক সামগ্ৰী যোগানৰ বাবে বিতৰণকাৰী / ব্যৱসায়ী / স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা দুটা বিড পদ্ধতিত চমু নিবিদা আহ্বায়ক জাননী। |
১১-০১-২০২১ |
E/VII/134-17/CID/159-62 |
অপৰাধ অনুসন্ধান বিভাগ (মুখ্য কাৰ্যালয়), উলুবাৰী, গুৱাহাটী কাৰ্যালয়ৰ অসম আৰ্হিৰ অট্টালিকা গৃহৰ মেৰামতিকৰণ/নৱীকৰণৰ বাবে গড়কাপ্তানি বিভাগৰ দ্বাৰা পঞ্জীয়নভুক্ত প্ৰতিষ্ঠিত ঠিকাদাৰ/প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বায়ক জাননী। |
০৪-০১-২০২১ |
G/XXXI/375/2018-19/Pt-VI/38 |
অসম আৰক্ষীলৈ ডেস্কটপ কম্পিউটাৰ আৰু ইউপিএছ যোগানৰ বাবে প্ৰস্তুতকৰ্তা বা স্বীকৃতিপ্ৰাপ্ত বিতৰণকাৰী/ব্যৱসায়ীৰ পৰা বৈদ্যুতিন নিবিদা আহ্বায়ক জাননী। |
ডিচেম্বৰ ২০২০ |
২৩-১২-২০২০ |
S-VI/231/Narcotics/2018/Pt/5 |
ঔষধৰ অপব্যৱহাৰ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সজাগতা অভিযানৰ উদ্দেশ্যে ভাৰতৰ অন্ততঃ এটা নৱৰত্ন পিএছইউ নামভুক্ত প্ৰতিষ্ঠিত ‘ইভেণ্ট মেনেজমেণ্ট’ (মিডিয়া) সংস্থাৰ পৰা চমু বৈদ্যুতিন নিবিদা আহ্বায়ক জননী। |
০৯-১২-২০২০ |
E/VII/93-10/Pt-I/CID/8585 |
“Assistance to States/UT for Modernization of Police” আঁচনিৰ অধীনত অসমৰ বেলেগ বেলেগ জিলাৰ চাৰিটা মানৱ সৰবৰাহ বিৰোধী গোট (Anti Human Trafficking Units) ৰ বাবে কাৰ্যালয়ৰ আচবাব যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী। |
০৯-১২-২০২০ |
Bn.4/Sty/4217-25 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী – ১৯ ৰ কাৰ্যালয়ত ষ্টেচনাৰী সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী। |
নৱেম্বৰ ২০২০ |
০৯-১১-২০২০ |
RE/284(MOD)/Tracky Talkie/Pt-I/2020-21/02 |
অসম ৰাজ্যৰ বাবে পাইলট প্ৰজেক্ট হিচাপে “টাৰ্ণ-কী” নিয়মত যোগান, সংস্থাপন আৰু কাৰ্যকৰীকৰণৰ বাবে আনুসংগিক সকলো প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে 4G LTE Based PTT Technology Communication Network ৰ বাবে মূল সামগ্ৰী প্ৰস্তুতকৰ্তা (Original Equipment Manufacturers) নতুবা ইয়াৰ স্বীকৃতিপ্ৰাপ্ত বিতৰণকৰ্তা/ব্যৱসায়ীৰ পৰা বৈদ্যুতিন নিবিদা আহ্বান কৰা হৈছে। |
০৩-১১-২০২০ |
S/V-691/2018-19/APSSM Centre/74 |
অসম আৰক্ষীৰ সামাজিক মাধ্যম মঞ্চ (Social Media Platform) ৰ পৰিচালনাৰ বাবে সমৰ্পিত সংস্থা জড়িতকৰণৰ বাবে নিবিদা আহ্বায়ক জাননী। |
০৩-১১-২০২০ |
E/VII/134-17/CID/8382-85 |
অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্যালয়, উলুবাৰী, গুৱাহাটী-৭ কাৰ্যালয়ৰ অসম আৰ্হিৰ অট্টালিকাৰ মেৰামতিকৰণ আৰু নৱীকৰণৰ বাবে নিবিদা আহ্বায়ক জাননী। |
০৩-১১-২০২০ |
E/VII/134-17/CID/8386-89 |
অপৰাধ অনুসন্ধান বিভাগৰ অসম আৰ্হিৰ অট্টালিকা আৰু অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্যালয়ৰ শিখৰ মহলাত অৱস্থিত এফপিবি আৰচিচি অংশৰ মেৰামতিকৰণ, নৱীকৰণ আৰু ৰং সনা কামৰ বাবে নিবিদা আহ্বায়ক জাননী। |
অক্টোবৰ ২০২০ |
২৮-১০-২০২০ |
FB/I/344/2020/3 |
প্ৰশিক্ষণ আৰু প্ৰযুক্তিগত সাহাৰ্য্যকে আদি কৰি অসম আৰক্ষীত স্বচ্ছ নিয়োগ ব্যৱস্থাৰ বাবে প্ৰয়োজন হোৱা সংহত ছফটৱেৰৰ সৈতে কাৰিকৰী সৰঞ্জাম আহৰণৰ বাবে বৈদ্যুতিন নিবিদা আহ্বায়ক জাননী। |
চেপ্তেম্বৰ ২০২০ |
২৬-০৯-২০২০ |
S/V-713/2019-20/NGT/25 |
অসম আৰক্ষীলৈ Noise Level Meter যোগানৰ বাবে বৈদ্যুতিন নিবিদা আহ্বায়ক জাননী। |
২১-০৯-২০২০ |
|
অসম আৰক্ষীৰ সামাজিক মাধ্যম মঞ্চ (Social Media Platform) পৰিচালনাৰ বাবে সমৰ্পিত সংস্থা জড়িতকৰণৰ নিবিদা বাতিলকৰণ জাননী। |
০৫-০৯-২০২০ |
S/V-691/2018-19/APSSM Centre/66 |
নিবিদা নম্বৰ S/V-691/2018-19/APSSM Centre/64 ৰ বিপৰীতে শুদ্ধিপত্ৰ |
০১-০৯-২০২০ |
FB/I/339/2019/Pt/8 |
অসম আৰক্ষী আৰু অন্যান্য বিভাগসমূহত খালী পদ পূৰণৰ সৈতে সংগতি ৰাখি স্বচ্ছ নিয়োগ নীতি (টিআৰপি) ৰ সংসাধনৰ বাবে পেছাদাৰী সংস্থাসমূহৰ এমপেনেলমেণ্টৰ বাবে নিবিদা আহ্বায়ক জাননী। |
আগষ্ট ২০২০ |
৩১-০৮-২০২০ |
S/V-691/2018-19/APSSM Centre/64 |
অসম আৰক্ষীৰ সামাজিক মাধ্যম মঞ্চৰ পৰিচালনাৰ বাবে সমৰ্পিত সংস্থাৰ জড়িতকৰণৰ বাবে নিবিদা আহ্বায়ক জাননী। |
২৫-০৮-২০২০ |
E/VII/1-02/1958 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, বি আই (ই.অ) ৰ কাৰ্যালয়, অসম, গুৱাহাটীৰ কাৰ্যালয়ত ষ্টেচনাৰী/কম্পিউটাৰ/বৈদ্যুতিক আৰু আনুসংগিক ভিন্ন সামগ্ৰী যোগানৰ বাবে ইচ্ছুক ঠিকাদাৰ/প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠিত যোগনীয়াৰ পৰা নিবিদা আহ্বায়ক জাননী। |
১৭-০৮-২০২০ |
E/VII/1-02/CID/8009-11 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়, অপৰাধ অনুসন্ধান বিভাগ, অসম, উলুবাৰী, গুৱাহাটী-৭ ত ষ্টেচনাৰী/কম্পিউটাৰ/বৈদ্যুতিক সামগ্ৰী আৰু আনুসংগিক সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী। |
১৭-০৮-২০২০ |
|
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, কামৰূপ, আমিনগাঁওত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে গাঁথি দিয়া অনুলগ্নত দিয়া তালিকা অনুসৰি নতুন মটৰগাড়ীৰ অংশ/বিভাগীয় গাড়ী আৰু মটৰ চাইকেলৰ মেৰামতি কাৰ্যৰ বাবে সামগ্ৰী যোগানৰ উদ্ধৃতি জাননী। |
১)
|
উদ্ধৃতি আহ্বায়ক জাননী |
২)
|
অনুলগ্ন |
১৭-০৮-২০২০ |
KP(R)/Q/Annual Quotation Tender/2020-21/1016-1060 |
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, কামৰূপ, আমিনগাঁওত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে গাঁথি দিয়া অনুলগ্নত উল্লেখ কৰা অনুসৰি বৈদ্যুতিক সামগ্ৰী/নিৰ্মাণ আৰু হাৰ্ডৱেৰ সামগ্ৰী/ভিন্ন আনুসংগিক সামগ্ৰী যোগানৰ বাবে উদ্ধৃতি জাননী। |
১)
|
উদ্ধৃতি আহ্বায়ক জাননী |
২)
|
অনুলগ্ন |
১৭-০৮-২০২০ |
EK/STY/Tender/2020-21/1061-1095 |
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, কামৰূপ, আমিনগাঁও ত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে গাঁথি দিয়া অনুলগ্নত উল্লেখ কৰা অনুসৰি ষ্টেচনাৰী সামগ্ৰী আৰু বাউণ্ড ৰেজিষ্টাৰ যোগানৰ বাবে ইচ্ছুক ঠিকাদাৰ/প্ৰতিষ্ঠান/যোগনীয়াৰ পৰা উদ্ধৃতি আহ্বায়ক জাননী। |
১)
|
উদ্ধৃতি আহ্বায়ক জাননী |
২)
|
অনুলগ্ন |
১৩-০৮-২০২০ |
E/VII/1-02/CID/7861 |
২০২০-২০২১ বিত্তীয় বৰ্ষৰ বাবে ষ্টেচনাৰী, কম্পিউটাৰ, বৈদ্যুতিক আৰু অন্য আনুসংগিক সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননীৰ বাতিলকৰণ। |
জুলাই ২০২০ |
২১-০৭-২০২০ |
E/VII/134-17/CID/7753-56 |
অপৰাধ অনুসন্ধান বিভাগৰ অসম আৰ্হিৰ অট্টালিকা আৰু অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্যালয়ৰ FPB RCC ৰ অংশ আৰু শিখৰ মহলাৰ মেৰামতিকৰণ, নৱীকৰণ আৰু ৰং দিয়া কামৰ বাবে নিবিদা আহ্বায়ক জাননী। |
১)
|
নিবিদা আহ্বায়ক জাননী |
২)
|
অপৰাধ অনুসন্ধান বিভাগৰ অসম আৰ্হিৰ অট্টালিকা আৰু অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্যালয়ৰ FPB RCC ৰ অংশ আৰু শিখৰ মহলাৰ মেৰামতিকৰণ, নৱীকৰণ আৰু ৰং দিয়া কামৰ বাবে হ’বলগীয়া ব্যয়ৰ হিচাপ। |
২১-০৭-২০২০ |
E/VII/134-17/CID/7746-49 |
অপৰাধ অনুসন্ধান বিভাগ (মুখ্য কাৰ্যালয়), উলুবাৰী, গুৱাহাটী-৭ ৰ অসম আৰ্হিৰ অট্টালিকাৰ নৱীকৰণ আৰু মেৰামতিৰ বাবে নিবিদা আহ্বায়ক জাননী |
১/
|
নিবিদা আহ্বায়ক জাননী |
২/
|
অপৰাধ অনুসন্ধান বিভাগ (মুখ্য কাৰ্যালয়), উলুবাৰী, গুৱাহাটীৰ অসম আৰ্হিৰ অপৰাধ অনুসন্ধান বিভাগ কাৰ্যালয়ৰ মেৰামতি/নৱীকৰণৰ বাবে ব্যয়ৰ হিচাপ। |
জুন ২০২০ |
২৫-০৬-২০২০ |
|
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মৰিগাঁও :: অসম ত ২০২০-২০২১ বিত্তীয় বৰ্ষৰ বাবে সামগ্ৰী যোগানৰ সামগ্ৰী যোগানৰ বাবে ঠিকাদাৰ/যোগনীয়া/ফাৰ্মৰ পৰা নিবিদা আহ্বায়ক জাননী। |
২৫-০৬-২০২০ |
|
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মৰিগাঁও :: অসম ত ২০২০-২০২১ বিত্তীয় বৰ্ষৰ বাবে ষ্টেচনাৰী আৰু আনুসংগিক সামগ্ৰী যোগানৰ বাবে ঠিকাদাৰ/যোগনীয়া/ফাৰ্মৰ পৰা নিবিদা আহ্বায়ক জাননী। |
২৫-০৬-২০২০ |
|
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মৰিগাঁও :: অসম ত ২০২০-২০২১, বিত্তীয় বৰ্ষৰ বাবে মটৰ গাড়ীৰ অংশ যোগানৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত ডীলাৰৰ পৰা নিবিদা আহ্বায়ক জাননী। |
১০-০৬-২০২০ |
E/VII/1-02/CID/7520-26 |
অতিৰিক্ত আৰক্ষী সঞ্চালকৰ কাৰ্যালয়, অপৰাধ অনুসন্ধান বিভাগ, অসম, উলুবাৰী, গুৱাহাটী-৭ ত ষ্টেচনাৰী/কম্পিউটাৰ/বৈদ্যুতিক আৰু ভিন্ন সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী। |
০৫-০৬-২০২০ |
|
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়, অপৰাধ অনুসন্ধান বিভাগ, অসম, উলুবাৰী, গুৱাহাটী-৭ ত ষ্টেচনাৰী/কম্পিউটাৰ/বৈদ্যুতিক আৰু ভিন্ন সামগ্ৰী যোগানৰ বাতিলকৰণ জাননী। |
এপ্ৰিল ২০২০ |
২১-০৪-২০২০ |
Bn4/Q/Prop/2019-20/1643-48 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী – ১৯ ত শিশু উদ্যান, নিয়ন্ত্ৰণ কক্ষ আৰু মন্দিৰ চাইড (Est-II) ত গৰু-ছাগলী সোমাব নোৱাৰা তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে নিবিদা আহ্বায়ক জাননী। |
Bn4/Q/Prop/2019-20/1637-42 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী – ১৯ ত থকা ছহিদ বেদী আৰু উদ্ভিদ বাগিচা (Est-I) ৰ চাৰিওকাষে গৰু-ছাগলী সোমাব নোৱাৰা তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে নিবিদা আহ্বায়ক জাননী। |
Bn4/Q/Prop/2019-20/1625-30 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী -১৯ ৰ (সাতখন বাহন ৰখাৰ সুবিধাযুক্ত) লঘু বাহনৰ গেৰেজ নৱীকৰণৰ বাবে নিবিদা আহ্বায়ক জাননী। |
Bn4/Q/Prop/2019-20/1631-36 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী-১৯ ৰ ডাঙৰ গাড়ী ৰখা (চাৰিখন বাহন ৰখা সুবিধাযুক্ত) গেৰেজৰ নৱীকৰণৰ বাবে নিবিদা আহ্বায়ক জাননী |
Bn4/Q/Prop/2019-20/1619-24 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী-১৯ ৰ অসম আৰ্হিৰ অট্টালিকা (চেলুন) ৰ নৱীকৰণৰ নিবিদা আহ্বায়ক জাননী |
মাৰ্চ ২০২০ |
০২-০৩-২০২০ |
E/VII/80-09/CID/572 |
অপৰাধ অনুসন্ধান বিভাগ, অসমৰ বাবে ২০০কেভিএ ডিজিটেল জেনেৰেটৰ ছেট যোগানৰ নিবিদা আহ্বায়ক জাননী |
ফেব্ৰুৱাৰী ২০২০ |
২১-০২-২০২০ |
E/VII/1-02/CID/488-90 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়, অপৰাধ অনুসন্ধান বিভাগ, অসম, উলুবাৰী, গুৱাহাটী-৭ ত ষ্টেচনাৰী/কম্পিউটাৰ/ইলেকট্ৰিকেল আৰু অন্যান্য সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
২০-০২-২০২০ |
Bn4/HF/2020-21/729-39 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী-১৯ ৰ বাবে ঘোঁৰাৰ খাদ্য আৰু অন্যান্য সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
১৪-০২-২০২০ |
SB/Sty/NIT/Uniform/Pt-I/2019-20/20 |
বিশেষ শাখাৰ মুখ্য কাৰ্যালয়, অসম আৰক্ষী, কাহিলিপাৰা, গুৱাহাটী-১৯ ৰ পিএছইউ/এছএছজি/চিপিটি/গাড়ীচালকৰ বাবে পোছাকৰ সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী। |
ডিচেম্বৰ ২০১৯ |
২৪-১২-২০১৯ |
|
বাদ্যযন্ত্ৰ আৰু আনুসংগিক সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
নৱেম্বৰ ২০১৯ |
১৮-১১-২০১৯ |
E/XXIV/Medicine Budget/2019-20/63 |
২০১৯-২০ বৰ্ষৰ বাবে জিলাৰ আৰক্ষী চিকিৎসালয়, অসম আৰক্ষীৰ গোট আৰু সংগঠনসমূহলৈ ঔষধ আৰু অস্ত্ৰোপচাৰৰ সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
১৩-১১-২০১৯ |
RE/379(MISC)/PT-VII/2018/93 |
সৌৰ পেনেল যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
১৩-১১-২০১৯ |
APRO/RE/113-B(EQ)/PT-I/2018-19/67 |
কেনউড এছ টি কে-২৭০জি আৰু ভাৰ্টেক্স ষ্টেণ্ডাৰ্ড ভি এক্স-৪২৪ ৰ বাবে ৭.২ ভল্ট বেটাৰি পেক যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০৮-১১-২০১৯ |
|
টাটা চুম' গাড়ীৰ বাবে টায়াৰ আৰু টিউব যোগানৰ বাবে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, গুৱাহাটীৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ পৰা নিবিদা আহ্বান কৰা হৈছে |
০৮-১১-২০১৯ |
|
ডিজেল জীপ, থৰ জীপ আৰু টাটা ৭০৯ ৰ বাবে টায়াৰ আৰু টিউব যোগানৰ বাবে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, গুৱাহাটীৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ পৰা নিবিদা আহ্বান কৰা হৈছে |
০৮-১১-২০১৯ |
|
টাটা ৪০৭ আৰু এল পি ১৫১২ (টি চি বাছ) ৰ বাবে টায়াৰ আৰু টিউব যোগানৰ বাবে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, গুৱাহাটীৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ পৰা নিবিদা আহ্বান কৰা হৈছে |
০৮-১১-২০১৯ |
|
টাটা স্পেচিঅ', বলেৰ'/ইনভেডাৰ আৰু জিপছি গাড়ীৰ বাবে টায়াৰ আৰু টিউব যোগানৰ বাবে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, গুৱাহাটীৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ পৰা নিবিদা আহ্বান কৰা হৈছে |
০১-১১-২০১৯ |
G/XIII/44/2016-17/Pt/18 |
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৱাই-ফাই সুবিধাৰে একচেছ বেছড ইণ্টাৰনেট সেৱা যোগান বাতিল জাননী |
অক্টোবৰ ২০১৯ |
১৭-১০-২০১৯ |
DGVA/Sta/2019/3912 |
সঞ্চালক প্ৰধান, সজাগতা আৰু দুৰ্নীতি বিৰোধী শাখাৰ কাৰ্যালয়, অসম, গুৱাহাটীত চি চি টিভি কেমেৰাৰ যোগান, সংস্থাপন আৰু কমিশ্যনিঙৰ বাবে নিবিদা আহ্বায়ক জাননী |
০৪-১০-২০১৯ |
DGVA/sta/2019/3783-A |
সঞ্চালক প্ৰধান, সজাগতা আৰু দুৰ্নীতি বিৰোধী শাখাৰ কাৰ্যালয়, অসম, শ্ৰীমন্তপুৰ, গুৱাহাটী-৭৮১০৩২ ত ফাৰ্ণিছাৰ আৰু ফিক্সাৰ যোগানৰ নিবিদা আহ্বায়ক জাননী |
০১-১০-২০১৯ |
RE/457(VC)/2019/95 |
সকলো আৰক্ষী থানা, চি আই, এছ ডি পি অ', জিলা মুখ্য কাৰ্যালয়, ৰেঞ্জ মুখ্য কাৰ্যালয়, গুৱাহাটীত অৱস্থিত গুৰুত্বপূৰ্ণ আৰক্ষী কাৰ্যালয়, গৃহ বিভাগ, চি এছ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মুখ্যমন্ত্ৰী আৱাস ইত্যাদি গুৰুত্বপূৰ্ণ স্থান সংযোগ কৰি অসম আৰক্ষীৰ সংযোগ প্ৰদানকাৰী অ' এফ চি লিংক (এম পি এল এছ) ত স্থাপনৰ বাবে ইচ্ছা প্ৰকাশ (এক্সপ্ৰেশ্যন অৱ ইণ্টাৰেষ্ট) ৰ শুদ্ধিপত্ৰ |
ছেপ্টেম্বৰ ২০১৯ |
২৬-০৯-২০১৯ |
TAP/C/CEC/2019/8 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী), অসম, গুৱাহাটী য়ে অসম আৰক্ষী আৰু অন্য বিভাগসমূহত বিভিন্ন পদ পূৰ কৰাৰ সৈতে সংগতি ৰাখি স্বচ্ছ নিয়োগ নীতিৰ সংসাধনৰ বাবে পেশাদাৰী সংস্থা নিৰ্বাচনৰ বাবে অনলাইন নিবিদা আহ্বান জনাইছে |
১১-০৯-২০১৯ |
RE/457(VC)/2019/82 |
অসম আৰক্ষীৰ সংযোগ প্ৰদানকাৰী অ' এফ চি লিংক এম পি এল এছ ত স্থাপন কৰিবলৈ আহ্বান জনোৱা ইচ্ছা প্ৰকাশ (ই অ' আই) জাননীৰ শুদ্ধিপত্ৰ |
০৬-০৯-২০১৯ |
G/XIII/44/2016-17/Pt/13-A |
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, উলুবাৰী, গুৱাহাটীত ৱাই-ফাই সুবিধাৰ সৈতে একচেছ বেছড ইণ্টাৰনেট সেৱা যোগানৰ বাবে ইচ্ছুক ইণ্টাৰনেট সেৱা প্ৰদানকাৰী (আই এছ পি) ৰ পৰা বিচৰা নিবিদা আহ্বায়ক জাননীৰ শুদ্ধিপত্ৰ ২ |
০৩-০৯-২০১৯ |
RE/457(VC)/2019/80-A |
সকলো আৰক্ষী থানা, চি আই, এছ ডি পি অ', জিলা মুখ্য কাৰ্যালয়, ৰেঞ্জ মুখ্য কাৰ্যালয়, গুৱাহাটীত অৱস্থিত গুৰুত্বপূৰ্ণ আৰক্ষী কাৰ্যালয়, গৃহ বিভাগ, চি এছ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মুখ্যমন্ত্ৰী আৱাস ইত্যাদি গুৰুত্বপূৰ্ণ স্থান সংযোগ কৰি অসম আৰক্ষীৰ সংযোগ প্ৰদানকাৰী অ' এফ চি লিংক (এম পি এল এছ) ত স্থাপনৰ বাবে ইচ্ছা প্ৰকাশ (এক্সপ্ৰেশ্যন অৱ ইণ্টাৰেষ্ট) আহ্বায়ক জাননী। |
০২-০৯-২০১৯ |
RE/457(VC)/2019/78 |
সকলো আৰক্ষী থানা, চি আই, এছ ডি পি অ', জিলা মুখ্য কাৰ্যালয়, ৰেঞ্জ মুখ্য কাৰ্যালয়, গুৱাহাটীত অৱস্থিত গুৰুত্বপূৰ্ণ আৰক্ষী কাৰ্যালয়, গৃহ বিভাগ, চি এছ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মুখ্যমন্ত্ৰী আৱাস ইত্যাদি গুৰুত্বপূৰ্ণ স্থান সংযোগ কৰি অসম আৰক্ষীৰ সংযোগ প্ৰদানকাৰী অ' এফ চি লিংক (এম পি এল এছ) ত স্থাপনৰ বাবে ইচ্ছা প্ৰকাশ (এক্সপ্ৰেশ্যন অৱ ইণ্টাৰেষ্ট) ৰ বাতিলকৰণ জাননী। |
আগষ্ট ২০১৯ |
৩০-০৮-২০১৯ |
RE/457(VC)/2019/76-A |
সকলো আৰক্ষী থানা, চি আই, এছ ডি পি অ', জিলা মুখ্য কাৰ্যালয়, ৰেঞ্জ মুখ্য কাৰ্যালয়, গুৱাহাটীত অৱস্থিত গুৰুত্বপূৰ্ণ আৰক্ষী কাৰ্যালয়, গৃহ বিভাগ, চি এছ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মুখ্যমন্ত্ৰী আৱাস ইত্যাদি গুৰুত্বপূৰ্ণ স্থান সংযোগ কৰি অসম আৰক্ষীৰ সংযোগ প্ৰদানকাৰী অ' এফ চি লিংক (এম পি এল এছ) ত স্থাপনৰ বাবে ইচ্ছা প্ৰকাশ (এক্সপ্ৰেশ্যন অৱ ইণ্টাৰেষ্ট) ৰ নতুন জাননী |
৩০-০৮-২০১৯ |
RE/457(VC)/2019/75 |
সকলো আৰক্ষী থানা, চি আই, এছ ডি পি অ', জিলা মুখ্য কাৰ্যালয়, ৰেঞ্জ মুখ্য কাৰ্যালয়, গুৱাহাটীত অৱস্থিত গুৰুত্বপূৰ্ণ আৰক্ষী কাৰ্যালয়, গৃহ বিভাগ, চি এছ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মুখ্যমন্ত্ৰী আৱাস ইত্যাদি গুৰুত্বপূৰ্ণ স্থান সংযোগ কৰি অসম আৰক্ষীৰ সংযোগ প্ৰদানকাৰী অ' এফ চি লিংক (এম পি এল এছ) ত স্থাপনৰ বাবে ইচ্ছা প্ৰকাশ (এক্সপ্ৰেশ্যন অৱ ইণ্টাৰেষ্ট) ৰ আহ্বান বাতিলকৰণ জাননী। |
২৯-০৮-২০১৯ |
Bn4/Q/AT/2019-20/4339-47 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী-১৯ কাৰ্যালয়ত ভিন্ন সামগ্ৰী, নিৰ্মাণ সামগ্ৰী, বৈদ্যুতিক সামগ্ৰী আৰু কাঠ যোগানৰ নিবিদা আহ্বায়ক জাননী |
২৬-০৮-২০১৯ |
RE/457(VC)/2019/73-A |
সকলো আৰক্ষী থানা, চি আই, এছ ডি পি অ', জিলা মুখ্য কাৰ্যালয়, ৰেঞ্জ মুখ্য কাৰ্যালয়, গুৱাহাটীত অৱস্থিত গুৰুত্বপূৰ্ণ আৰক্ষী কাৰ্যালয়, গৃহ বিভাগ, চি এছ, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মুখ্যমন্ত্ৰী আৱাস ইত্যাদি গুৰুত্বপূৰ্ণ স্থান সংযোগ কৰি অসম আৰক্ষীৰ সংযোগ প্ৰদানকাৰী অ' এফ চি লিংক (এম পি এল এছ) ত স্থাপনৰ বাবে ইচ্ছা প্ৰকাশ (এক্সপ্ৰেশ্যন অৱ ইণ্টাৰেষ্ট) ৰ আহ্বান। |
২১-০৮-২০১৯ |
G/XIII/44/2016-17/Pt/11-A |
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, উলুবাৰী, গুৱাহাটীত ৱাই-ফাই সুবিধাৰ সৈতে একচেছ বেছড ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ ইচ্ছুক ইণ্টাৰনেট সেৱা প্ৰদানকাৰী (আই এছ পি) ৰ পৰা নিবিদা আহ্বায়ক জাননীৰ শুদ্ধিপত্ৰ ১ |
২১-০৮-২০১৯ |
E/VII/28-05/Pt-II/CID/Misc/1115-19 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (প্ৰচিকিউশ্যন), অপৰাধ অনুসন্ধান বিভাগ, অসম, গুৱাহাটীৰ কাৰ্যালয় কক্ষ মেৰামতি/নৱীকৰণৰ বাবে নিবিদা আহ্বায়ক জাননী |
১৯-০৮-২০১৯ |
RE/379(MISC)/2015-19/PT-V/77 |
এ পি আৰ অ’ ৰ বাবে অগ্নিনিৰ্বাপন যন্ত্ৰ, পানী বিশুদ্ধিকৰণ যন্ত্ৰ (ইউ ভি) আৰু কাগজৰ আৱৰ্জনা নিষ্কাষণৰ বাবে ইনচিনেৰেটৰ যোগানৰ বাবে নিবিদা গ্ৰহণৰ সময়সীমা বৃদ্ধি |
১৭-০৮-২০১৯ |
|
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, অপৰাধ অনুসন্ধান বিভাগ, মুখ্য কাৰ্যালয়ৰ কাৰ্যালয় কক্ষ মেৰামতি/নৱীকৰণৰ বাবে নিবিদা আহ্বায়ক জাননী |
০৮-০৮-২০১৯ |
G/XIII/44/2016-17/Pt/6 |
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, উলুবাৰী, গুৱাহাটীত ৱাই-ফাই সুবিধাৰ সৈতে একচেছ বেছড ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ ইচ্ছুক ইণ্টাৰনেট সেৱা প্ৰদানকাৰী (আই এছ পি) ৰ পৰা নিবিদা আহ্বায়ক জাননী |
০৭-০৮-২০১৯ |
Bn.6/Q/4789-95 |
কামাণ্ডেণ্টৰ কাৰ্যালয়, ষষ্ঠ অসম আৰক্ষী বাহিনী, কাথালৰ বাবে বাদ্যযন্ত্ৰ যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০৭-০৮-২০১৯ |
Bn.6/Q/4795-4802 |
কামাণ্ডেণ্টৰ কাৰ্যালয়, ষষ্ঠ অসম আৰক্ষী বাহিনী, কাথালৰ বাবে ব্যায়ামৰ সঁজুলি যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০২-০৮-২০১৯ |
E/VII/28-05/Pt-2/CID/1025-27 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, অপৰাধ অনুসন্ধান বিভাগ, অসম, উলুবাৰী, গুৱাহাটীত ফিংগাৰপ্ৰিণ্ট ইনভেষ্টিগেশ্যন কিট আৰু ক্ৰাইম চিন ইনভেষ্টিগেশ্যন কিট যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০১-০৮-২০১৯ |
Bn.6/Q/4655-60 |
কামাণ্ডেণ্টৰ কাৰ্যালয়, ষষ্ঠ অসম আৰক্ষী বাহিনী, কাথালৰ বাবে স্ক্ৰীন আৰু আনুসংগিক সামগ্ৰীৰে সৈতে LED HD প্ৰজেক্টৰ আৰু প্ৰিণ্টাৰৰ সৈতে কম্পিউটাৰ (LCD) মণিটৰ যোগানৰ নিবিদা জাননী |
জুলাই ২০১৯ |
২৫-০৭-২০১৯ |
RE/456(COMPUTER)PT-1/2018-19/72 |
এম চি চি, দিছপুৰত ২৫ কে ভি এ ডিজেল জেনেৰেটৰ ছেট যোগান, সংস্থাপন আৰু কাৰ্যকৰীকৰণৰ বাবে নিবিদা গ্ৰহণৰ সময়সীমা বৃদ্ধি |
২৪-০৭-২০১৯ |
APRO/RE/113-B(EQ)/PT-1/2018-19/45 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (সংযোগ), অসম, উলুবাৰী, গুৱাহাটী কাৰ্যালয়ৰ বাবে Motorola XiRP 8668 ৰ ১০০ টা 7.2 V বেটাৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
২৪-০৭-২০১৯ |
E/VII/151-19/CID/946-49 |
অপৰাধ অনুসন্ধান বিভাগ মুখ্য কাৰ্যালয়ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় চেম্বাৰ মেৰামতিকৰণৰ আৰু নৱীকৰণৰ বাবে নিবিদা আহ্বায়ক জাননী |
১)
|
নিবিদা আহ্বায়ক জাননী |
২)
|
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, অপৰাধ অনুসন্ধান বিভাগ কাৰ্যালয় চেম্বাৰ খৰচৰ হিচাপ |
২৪-০৭-২০১৯ |
APRO/RE/113-B(EQ)/PT-II/2018-19/61 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (সংযোগ) অসম, উলুবাৰী, গুৱাহাটী-৭৮১০০৭ কাৰ্যালয়ৰ বাবে অৰিজিনেল ইকুইপমেণ্ট মেনুফেকছাৰাৰ (অ ই এম) অথবা তেওঁলোকৰ কৰ্তৃত্বশীল যোগানকাৰী/ডিলাৰৰ পৰা বৈদ্যুতিক সৰঞ্জাম যোগানৰ বাবে বিড আহ্বায়ক জাননী |
২৪-০৭-২০১৯ |
RE/113-B(EQ)/PT-IV/2018-19/44 |
অসম আৰক্ষী অনাতাঁৰ সংগঠন (এ পি আৰ অ) ৰ বাবে “পৰীক্ষা আৰু মাপৰ সামগ্ৰী” যোগানৰ নিবিদা আহ্বায়ক জাননী খণ্ড ১ |
২৪-০৭-২০১৯ |
RE/113-B(EQ)/Pt-IV/2018-19/41 |
১৯ জুলাই ২০১৯ ত প্ৰকাশিত “পৰীক্ষা আৰু মাপৰ সামগ্ৰী” নিবিদা আহ্বায়ক জাননীৰ বাতিল জাননী |
২২-০৭-২০১৯ |
|
অপৰাধ অনুসন্ধান বিভাগ সংগঠনৰ বাবে DSLR কেমেৰা, ভিডিঅ’ কেমেৰা আৰু প্ৰজেক্টৰ ইত্যাদি যোগানৰ নিবিদা আহ্বায়ক জাননীৰ শুদ্ধিপত্ৰ |
২০-০৭-২০১৯ |
RE/456(Computer)/2018-19/26 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (সংযোগ) অসম, উলুবাৰী-৭ কাৰ্যালয়ৰ বাবে EPABX আৰু GPS আহৰণৰ শুদ্ধিপত্ৰ |
২০-০৭-২০১৯ |
RE/379(MISC)/2015-19/PT-V/72 |
এ পি আৰ অ, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (সংযোগ) অসম, উলুবাৰী-৭ কাৰ্যালয়ত অগ্নি নিৰ্বাপন যন্ত্ৰ, পানীৰ ফিল্টাৰ, পানী বিশুদ্ধিকৰণ যন্ত্ৰ (UV) আৰু পেলনীয়া কাগজৰ ডিছপ’জ কৰা ইনচিনেৰেটৰ, যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
২০-০৭-২০১৯ |
RE/141-L(MT)/2013-19/110 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (সংযোগ) অসম, উলুবাৰী-৭ কাৰ্যালয়ত মটৰগাড়ীৰ অংশ যোগানৰ নিবিদা আহ্বায়ক জাননী |
১)
|
নিবিদা আহ্বায়ক জাননী |
২)
|
সামগ্ৰীসমূহৰ তালিকা |
১৮-০৭-২০১৯ |
RE/134(STR)/2016-17/30 |
অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ বাবে Non-Scheduled Forms ছপাকৰণৰ বাবে নিবিদা জাননী |
১৮-০৭-২০১৯ |
RE/113-B(EQ)/PT-IV/2018-19/41 |
অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ বাবে “পৰীক্ষা আৰু মাপৰ সামগ্ৰী” যোগানৰ নিবিদা আহ্বায়ক জাননী |
১৫-০৭-২০১৯ |
Bn.6/Q/4171-78 |
কামাণ্ডেণ্টৰ কাৰ্যালয়, ষষ্ঠ অসম আৰক্ষী বাহিনী, কাথাল লৈ “ৰাইফল তেল” যোগানৰ নিবিদা আহ্বায়ক জাননী |
১৭-০৭-২০১৯ |
E/VII/28-05/Pt-II/CID/416 |
অপৰাধ অনুসন্ধান বিভাগ সংগঠনৰ বাবে ডি এছ এল আৰ কেমেৰা, ভিডিঅ’ কেমেৰা আৰু প্ৰজেক্টৰ ইত্যাদি যোগানৰ শুদ্ধিপত্ৰ জাননী |
০৬-০৭-২০১৯ |
E/VII/1-02/CID/840 |
২০২০-২০২১ বৰ্ষৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়, অপৰাধ অনুসন্ধান শাখা, অসম, গুৱাহাটী লৈ (তালিকা গাঁথি দিয়া অনুসৰি) বৈদ্যুতিক, ষ্টেচনাৰী সামগ্ৰী যোগানৰ নিবিদা জাননী |
১)
|
কম্পিউটাৰ সামগ্ৰী |
২)
|
বৈদ্যুতিক সামগ্ৰীৰ তালিকা |
৩)
|
হাৰ্ডৱেৰ, ড্ৰয়িং মেটেৰিয়েল, পানী যোগানৰ সামগ্ৰী, কাঠ ইত্যাদি সামগ্ৰীৰ তালিকা |
৪)
|
ষ্টেচনাৰী সামগ্ৰী/ভিন্ন সামগ্ৰীৰ তালিকা |
০৫-০৭-২০১৯ |
E/VII/28-05/Pt-II/CID/1407 |
অপৰাধ অনুসন্ধান শাখা সংগঠনত ডিএছএলআৰ কেমেৰা, ভিডিঅ’ কেমেৰা আৰু প্ৰজেক্টৰ যোগানৰ বাবে বিড দাখিলকৰণৰ সময়সীমা বৃদ্ধিৰ শুদ্ধিপত্ৰ জাননী |
জুন ২০১৯ |
২৭-০৬-২০১৯ |
Bn.6/G/3493-504 |
২০১৯-২০২০ বিত্তীয় বৰ্ষৰ বাবে কামাণ্ডেণ্টৰ কাৰ্যালয়, ষষ্ঠ অসম আৰক্ষী বাহিনী, কাথাল, কাছাৰ, অসম ত ষ্টেচনাৰী সামগ্ৰী যোগানৰ বাবে নিবিদা জাননী |
১২-০৬-২০১৯ |
E/VII/28-05/Pt-II/CID |
অপৰাধ অনুসন্ধান বিভাগ সংগঠনৰ বাবে ডিএছএলআৰ কেমেৰা, ভিডিঅ' কেমেৰা আৰু প্ৰজেক্টৰ ইত্যাদি যোগানৰ নিবিদা আহ্বায়ক জাননী |
মে' ২০১৯ |
৩১-০৫-২০১৯ |
E/VII/107-14/Pt-I/CID/385 |
অপৰাধ অনুসন্ধান বিভাগ সংগঠনৰ বাবে এটা জেনেৰেটৰ ছেট বেটাৰী যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
২৭-০৫-২০১৯ |
E/STNY/KXJ/VII-02/2019-20/2224-27 |
কৰিমগঞ্জ জিলা, অসমৰ বিভিন্ন আৰক্ষী গোট / কাৰ্যালয় ইত্যাদিত ব্যৱহাৰৰ বাবে চিলিং ফেন আৰু অন্যান্য বৈদ্যুতিক সামগ্ৰী ক্ৰয়ৰ বাবে নিবিদা জাননী |
২৭-০৫-২০১৯ |
E/STNY/KXJ/VII-02/2019-20/2299-302 |
কৰিমগঞ্জ জিলা, অসমত ব্যৱহাৰৰ বাবে মেগা ফোন ক্ৰয়ৰ বাবে নিবিদা জাননী |
২৭-০৫-২০১৯ |
E/STNY/KXJ/VII-02/2019-20/2295-98 |
কৰিমগঞ্জ জিলাত ব্যৱহাৰৰ বাবে সমীয়না টেণ্ট আৰু ইয়াৰ আনুসংগিক সামগ্ৰী ক্ৰয়ৰ বাবে নিবিদা জাননী |
২৭-০৫-২০১৯ |
E/STNY/KXJ/VII-02/2019-20/2291-94 |
কৰিমগঞ্জ জিলাত ব্যৱহাৰৰ বাবে যান-বাহন সামগ্ৰী ক্ৰয়ৰ বাবে নিবিদা জাননী |
২৭-০৫-২০১৯ |
E/STNY/KXJ/VII-02/2019-20/2228-31 |
কৰিমগঞ্জ জিলা, অসমত ব্যৱহাৰৰ বাবে যান-বাহন নিয়ন্ত্ৰণ আৰু অপৰাধ ক্ষেত্ৰ বেৰিকেড ক্ৰয়ৰ বাবে নিবিদা জাননী |
মাৰ্চ ২০১৯ |
১৯-০৩-২০১৯ |
|
কামাণ্ডেণ্টৰ কাৰ্যালয়, একবিংশ অসম আৰক্ষী (আইআৰ) বাহিনী, কাটলিচেৰা, হাইলাকান্দিত কম্পিউটাৰৰ আনুসংগিক সা-সৰঞ্জাম যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০২-০৩-২০১৯ |
|
কামাণ্ডেণ্টৰ কাৰ্যালয়, চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী-১৯ ত ঘোঁৰাৰ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০২-০৩-২০১৯ |
|
আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, গুৱাহাটী, অসমৰ বাবে চাৰ্ভাৰ, ৱৰ্ক ষ্টেচন আৰু আই পি ফোন যোগানৰ নিবিদা আহ্বায়ক জাননী |
ফেব্ৰুৱাৰী ২০১৯ |
২০-০২-২০১৯ |
SB(R) MT/3/2014/652-54 |
২০১৯-২০২০ বিত্তীয় বৰ্ষৰ বাবে গাড়ীৰ পাৰ্টছ আৰু বি. আৰ. ফৰ্ছুনাৰ, ফৰ্ছুনাৰ, বি. আৰ. টাটা ছাফাৰী, বি. আৰ. স্কৰ্পিঅ', স্কৰ্পিঅ', বি. আৰ. এম্বেচাডৰ, এম্বেচাডৰ, মাৰুটী ভেল, জাইল' জিপছি ইউৰ'-২, ব'লেৰ, ৪০৭ মিনি বাছ, ৪০৭ মিনি ট্ৰাক, টাটা (টি. চি) বাছ, মটৰ চাইকেল-টি ভি এছ ভিক্টৰ, পালছাৰ, বাজাজ ডিস্কভাৰ আৰু এছিভাৰ মেৰামতিৰ কামৰ বাবে নিবিদা আহ্বায়ক জাননী |
১৬-০২-২০১৯ |
E/VII/146-18/CID/228 |
CCPWC প্ৰজেক্টৰ অধীনত অসম আৰক্ষীৰ বাবে চাইবাৰ ফৰেনছিক গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ যোগান, সংৰোপণ আৰু কাৰ্যকৰীকৰণৰ বৈদ্যুতিন নিবিদা আহ্বায়ক জাননী |
জানুৱাৰী ২০১৯ |
১১-০১-২০১৯ |
APRO/456(Computer)/Pt-I/2018-19/33 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (সংযোগ) অসম, উলুবাৰী, গুৱাহাটী - ৭৮১০০৭ কাৰ্যালয়ৰ বাবে প্ৰিণ্টাৰ, ইউ পি এছ আৰু স্কেনাৰ যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
১০-০১-২০১৯ |
Bn4/Q/Prop/2018-19/163-70 |
চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলিপাৰা, গুৱাহাটী-১৯ ত পৰ্বতাৰোহণ কাৰ্যৰ নৱীকৰণ |
০৭-০১-২০১৯ |
|
গণতন্ত্ৰ দিৱস, ২০১৯ উপলক্ষে খানাপাৰা পশু চিকিৎসালয় খেলপথাৰৰ চৌপাশে চিচি টিভি সংস্থাপনৰ বাবে নিবিদা আহ্বায়ক জাননী |
ডিচেম্বৰ ২০১৮ |
৩১-১২-২০১৮ |
No. RE/113-B(EQ)/PT-IV/2018-19/11 |
ভিন্ন ডিজিটেল সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
২৬-১২-২০১৮ |
No. RE/114-A(EQ)/2018-19/05 |
হুইপ এণ্টেনা ইত্যাদি যোগানৰ চমু নিবিদা জাননী |
২৬-১২-২০১৮ |
No. RE/114-A(EQ)/2018-19/06 |
কোস্কেল কেব'ল ইত্যাদি যোগানৰ চমু নিবিদা জাননী |
২৬-১২-২০১৮ |
No. RE/114-A(EQ)/2018-19/04 |
বিভিন্ন নব আৰু পাৱাৰ কেব'ল যোগানৰ চমু নিবিদা জাননী |
২১-১২-২০১৮ |
SB/STY/NIT/2018/02 |
বিভিন্ন ফাৰ্ণিচাৰ সামগ্ৰী যোগানৰ নিবিদা জাননী |
২১-১২-২০১৮ |
Re: NIT : S-VI/MOITRI SOCIETY/01/2017/116 dtd. 12-12-2018 |
শুদ্ধিপত্ৰ |
১৮-১২-২০১৮ |
NIT : Bn21/IR/Q/Prop/Gym/644/18/9205-11 |
একবিংশ অসম আৰক্ষী বাহিনী (আই আৰ), কাটলিচেৰা ব্যায়ামাগাৰৰ সামগ্ৰী যোগানৰ বাবে নিবিদা জাননী |
১৮-১২-২০১৮ |
|
একবিংশ অসম আৰক্ষী বাহিনী (আই আৰ), কাটলিচেৰা কম্পিউটাৰৰ আনুসংগিক সামগ্ৰী যোগানৰ নিবিদা জাননী |
১৮-১২-২০১৮ |
|
কাটলিচেৰা, একবিংশ অসম আৰক্ষী বাহিনী (আই আৰ)ৰ বাবে বুলেটপ্ৰুফ জেকেট আৱৰণ কাপোৰ (আৰ্মি পেটাৰ্ণ খাকী কেমুফ্লেজ)ৰ যোগানৰ বাবে নিবিদা জাননী |
১৮-১২-২০১৮ |
NIT : Bn21/IR/Q/Prop/Photo/634/18/9166-72 |
কাটলিচেৰা, একবিংশ অসম আৰক্ষী বাহিনী (আই আৰ)ৰ বাবে ডাঙৰ আকাৰৰ ফট'ষ্টেট ডিজিটেল কপিয়াৰ মেচিনৰ যোগানৰ নিবিদা জাননী |
১৮-১২-২০১৮ |
NIT : Bn21/IR/Q/Prop/Sports/606/18/9159-65 |
কাটলিচেৰা, একবিংশ অসম আৰক্ষী বাহিনী (আই আৰ)ৰ বাবে ক্ৰীড়া সামগ্ৰী যোগানৰ নিবিদা জাননী |
১২-১২-২০১৮ |
NIT : RE/113-B(EQ)/PT-V/2018-19/15 Dtd.06/12/2018 |
অসম আৰক্ষী ৰেডিঅ' সংগঠন (এপিআৰঅ)ৰ শ্ৰেণীকোঠা সঁজুলিৰ বাবে নিবিদা |
১২-১২-২০১৮ |
NIT No. S-VI/MOITRI SOCIETY/01/2017/116 |
থানাৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি সাধন কৰি (মৈত্ৰী) সমাজত ইয়াৰ এক দায়িত্বশীল প্ৰতিমূৰ্তি গঢ়ি তুলিবলৈ মিচনৰ হিচাপ গণনা কৰাৰ কামৰ অভিজ্ঞতা থকা ইচ্ছুক চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পৰা নিবিদা বিচৰা হৈছে |
নৱেম্বৰ ২০১৮ |
৩০-১১-২০১৮ |
|
শুদ্ধিপত্ৰ |
২৮-১১-২০১৮ |
|
ষ্টেচনাৰী সামগ্ৰী, বৈদ্যুতিক সামগ্ৰী আৰু হাৰ্ডৱেৰ সামগ্ৰী যোগানৰ চমু নিবিদা আহ্বায়ক জাননী |
২০-১১-২০১৮ |
|
১২৫ কেভিএ জেনেৰেটৰ চেট যোগান, সংৰোপণ আৰু কমিশ্যনিঙৰ বাবে নিবিদা জাননী |
১২-১১-২০১৮ |
RE/137/(STR)/PT-I/2018-19/37 |
চমু নিবিদা আহ্বায়ক জাননী |
১৫-১১-২০১৮ |
DS/C-XIV/CID/TRAINING & PURCHASE OF PUPS/10/12/2300 |
আসাম পুলিচ ডগ স্কোয়্যাডত কুকুৰৰ যোগানৰ বাবে নিবিদা দাখিলৰ সময়সীমা বৃদ্ধিৰ শুদ্ধিপত্ৰ জাননী |
১৫-১১-২০১৮ |
NIT No. S/V-691/2018-19/APSSM Centre/3 |
সামাজিক মাধ্যম মঞ্চৰ পৰিচালনৰ বাবে নিবিদা |
অক্টোবৰ ২০১৮ |
১১-১০-২০১৮ |
DS/C-XIV/CID/Training and Purchase of Pups/10/12/2160 |
আসাম পুলিচ ডগ স্কোয়্যাডত কুকুৰ যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
চেপ্তেম্বৰ ২০১৮ |
১৩-০৯-২০১৮ |
RE/113-B(EQ)/PT-V/2018-19/03 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (সংযোগ), উলুবাৰী, অসম কাৰ্যালয় এ পি আৰ অ' প্ৰশিক্ষণ বিদ্যালয়ত পাঠদানৰ কক্ষৰ বাবে সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
১৩-০৯-২০১৮ |
NIT No. RE/113-B(EQ)/Pt-IV/2018-19/06 |
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (সংযোগ), উলুবাৰী, অসম কাৰ্যালয়ৰ বাবে পৰীক্ষণ আৰু জোখ সামগ্ৰী আৰু কম্পিউটাৰ নেটৱৰ্কিং সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
আগষ্ট ২০১৮ |
২১-০৮-২০১৮ |
|
কামাণ্ডেণ্ট, একবিংশ অসম আৰক্ষী বাহিনী (আইআৰ), কাটলিচেৰা, হাইলাকান্দি কাৰ্যালয়ৰ বাবে টায়াৰ, টিউব আৰু ফ্লেপ যোগানৰ যোগানৰ নিবিদা আহ্বায়ক জাননী |
২১-০৮-২০১৮ |
|
কামাণ্ডেণ্ট, একবিংশ অসম আৰক্ষী বাহিনী (আইআৰ), কাটলিচেৰা, হাইলাকান্দি কাৰ্যালয়ৰ বাবে বেটাৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
২১-০৮-২০১৮ |
|
কামাণ্ডেণ্ট, একবিংশ অসম আৰক্ষী বাহিনী (আইআৰ), কাটলিচেৰা, হাইলাকান্দি কাৰ্যালয়ৰ বাবে টায়াৰ, টিউব আৰু ফ্লেপ যোগানৰ যোগানৰ নিবিদা আহ্বায়ক জাননী |
২১-০৮-২০১৮ |
|
কামাণ্ডেণ্ট, একবিংশ অসম আৰক্ষী বাহিনী (আইআৰ), কাটলিচেৰা, হাইলাকান্দি কাৰ্যালয়ৰ বাবে টায়াৰ, টিউব আৰু ফ্লেপ যোগানৰ যোগানৰ নিবিদা আহ্বায়ক জাননী |
১৩-০৮-২০১৮ |
E/VII/118-16/CID/1885 |
আৰক্ষী সঞ্চালক প্ৰধান, অপৰাধ অনুসন্ধান বিভাগ, অসম, উলুবাৰী, গুৱাহাটী-০৭ কাৰ্যালয়ৰ বাবে বৈদ্যুতিক সামগ্ৰীৰ যোগান আৰু সংৰোপণৰ নিবিদা আহ্বায়ক জাননীৰ বাতিলকৰণ জাননী |
০১-০৮-২০১৮ |
DS/C-XIV/CID/TENDER & SUPPLY/36/12 |
২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান, অপৰাধ অনুসন্ধান বিভাগ অসম, উলুবাৰী, গুৱাহাটী কাৰ্যালয়ত অসম আৰক্ষীৰ কুকুৰৰ বাবে খাদ্যসামগ্ৰী আৰু অন্যান্য সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
জুলাই ২০১৮ |
২৪-০৭-২০১৮ |
E/VII/70-08/CID/4/1817 |
আৰক্ষী সঞ্চালক প্ৰধান, অপৰাধ অনুসন্ধান বিভাগ, অসম, উলুবাৰী, গুৱাহাটী-৭ কাৰ্যালয়ত বৈদ্যুতিক সামগ্ৰীৰ যোগান আৰু সংৰোপণৰ বাবে নিবিদা আহ্বায়ক জাননী |
২১-০৭-২০১৮ |
E/VII/107-14/CID/1799 |
বিশেষ আৰক্ষী সঞ্চালক প্ৰধান, অপৰাধ অনুসন্ধান বিভাগ, অসম, উলুবাৰী, গুৱাহাটী কাৰ্যালয়ৰ বাবে এম পি এফ আঁচনিৰ অধীনত FICN ধৰা পেলাবলৈ নকল নোট ধৰা পেলোৱা যন্ত্ৰ যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
১৭-০৭-২০১৮ |
SB./Sty/NIT/2018-19/03 |
বিশেষ অৰক্ষী সঞ্চালক প্ৰধান, বিশেষ শাখা, অসম, কাহিলিপাৰা, গুৱাহাটী-১৯ কাৰ্যালয়ৰ বাবে বিত্তীয় বৰ্ষ ২০১৮-২০১৯ আৰু ২০১৯-২০২০ ৰ বাবে বৈদ্যুতিক সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
১৭-০৭-২০১৮ |
SB./Sty/NIT/2018-19/03 |
বিশেষ অৰক্ষী সঞ্চালক প্ৰধান, বিশেষ শাখা, অসম, কাহিলিপাৰা, গুৱাহাটী-১৯ কাৰ্যালয়ৰ বাবে বিত্তীয় বৰ্ষ ২০১৮-২০১৯ আৰু ২০১৯-২০২০ ৰ বাবে গৃহসজ্জা আৰু প্লাম্বাৰ সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
১৭-০৭-২০১৮ |
|
আৰক্ষী আয়ুক্ত, গুৱাহাটী, অসম কাৰ্যালয়ৰ বাবে ষ্টেচনাৰী সামগ্ৰী, কম্পিউটাৰ সামগ্ৰী, শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰৰে সম্পৰ্কযুক্ত সামগ্ৰী আৰু জেৰক্স সম্পৰ্কযুক্ত সামগ্ৰী যোগানৰ নিবিদা জাননী |
১৭-০৭-২০১৮ |
|
বিশেষ আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ শাখা, অসম, কাহিলিপাৰা, গুৱাহাটী-১৯ কাৰ্যালয়ত স্থানীয়/ৰাষ্ট্ৰীয় আৰু সাপ্তাহিক বাতৰি কাকত বাইণ্ডিঙৰ বাবে পুনঃ নিবিদা আহ্বায়ক জাননী |
জুন ২০১৮ |
২৭-০৬-২০১৮ |
|
অসমৰ কৰিমগঞ্জ জিলাৰ অধীনৰ পাঁচখন আৰক্ষী থানা কৰিমগঞ্জ, বদৰপুৰ, পথাৰকান্দি, ৰাতাবাৰি আৰু আৰ.কে নগৰত চিচি টিভি ক্ৰয় আৰু সংস্থাপনৰ প্ৰস্তাৱৰ বাবে নিবিদা জাননী |
২৭-০৬-২০১৮ |
|
কৰিমগঞ্জ জিলা, অসমৰ অধীনৰ দুখন আৰক্ষী থানা নিলামবজাৰ, সূতাৰকান্দি, দুখন PCP কৰিমগঞ্জ, সূতাৰকান্দি আৰু এখন TOP, চৰবজাৰ TOP ৰ বাবে চিচি টিভি ক্ৰয়ৰ লগতে সংস্থাপনৰ প্ৰস্তাৱৰ নিবিদা আহ্বায়ক জাননী |
২৭-০৬-২০১৮ |
|
কৰিমগঞ্জ জিলা, অসমৰ অধীনত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিভিন্ন শাখা / পুলিচ ৰিজাৰ্ভত ব্যৱহাৰৰ বাবে কম্পিউটাৰৰ সামগ্ৰী ক্ৰয়ৰ প্ৰস্তাৱৰ নিবিদা আহ্বায়ক জাননী |
২৭-০৬-২০১৮ |
|
কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিভিন্ন শাখা / পুলিচ ৰিজাৰ্ভ / সীমা শাখাত ব্যৱহাৰৰ বাবে ষ্টেচনাৰী সামগ্ৰী ক্ৰয়ৰ প্ৰস্তাৱৰ নিবিদা আহ্বায়ক জাননী |
২৭-০৬-২০১৮ |
|
কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিভিন্ন শাখা আৰু আৰক্ষী গোটসমূহত ব্যৱহাৰৰ বাবে ফাৰ্নিচাৰ ক্ৰয়ৰ প্ৰস্তাৱৰ নিবিদা আহ্বায়ক জাননী |
27-06-18 |
|
কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বাবে বালি, চিমেণ্ট আদি প্ৰয়োজনীয় নিৰ্মাণ সামগ্ৰীৰ বাবে নিবিদা আহ্বায়ক জাননী |
27-06-18 |
|
কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকৰ বাংলো কাৰ্যালয় আৰু নিৱাসত ব্যৱহাৰৰ বাবে কিৰ্লোস্কাৰৰ ২০ কেভিএ ডিজেল জেনেৰেটৰ চেট ছিংগল ফেজ ছেলফ ষ্টাৰ্টাৰ শীতলীকৰণ যন্ত্ৰৰ ক্ৰয়ৰ প্ৰস্তাৱৰ নিবিদা আহ্বায়ক জাননী |
মে' ২০১৮ |
২৫-০৫-২০১৮ |
|
কামাণ্ডেণ্টৰ কাৰ্যালয়, ২১ তম এ.পি. (আইআৰ) বাহিনী, কাটলিচেৰা, হাইলাকান্দি লৈ কম্পিউটাৰৰ আনুসংগিক সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
২৩-০৫-২০১৮ |
APRO/RE/ 113-B(EQ)/Pt-I/2018-19/02 |
বেটাৰী পেক যোগানৰ নিবিদা আহ্বায়ক জাননী |
শুদ্ধিপত্ৰ |
এপ্ৰিল ২০১৮ |
২৩-০৪-২০১৮ |
TDP/RD/2018/01-15 |
২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, তিনিচুকীয়া, অসম লৈ বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰ যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
|
|
২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ৩য় এ.টি.পি.এফ বাহিনীৰ কামাণ্ডেণ্টৰ খাজুবিল, ওদালগুৰি (বিটিএডি), অসমৰ কাৰ্যালয়লৈ ষ্টেশ্যনাৰী সামগ্ৰী/দৈনিক বাতৰি কাকতৰ যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০৬-০৪-২০১৮ |
|
২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, কৰিমগঞ্জ, অসম লৈ ষ্টেশ্যনাৰী সামগ্ৰী, ভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী, বৈদ্যুতিক সামগ্ৰী আৰু গৃহসজ্জা সামগ্ৰীৰ যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০৫-০৪-২০১৮ |
|
২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে জামুগুৰিহাট, শোণিতপুৰৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ কামাণ্ডেণ্টৰ কাৰ্যালয়লৈ ভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী, বৈদ্যুতিক সামগ্ৰী আৰু হাৰ্ডৱেৰ সামগ্ৰীৰ যোগানৰ বাবে নিবিদা আহ্বায়ক জাননী |
০২-০৪-২০১৮ |
TSK/E/2018/632-645 |
২০১৮-১৯ বিত্তীয় বৰ্ষত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, তিনিচুকীয়া ৰ বাবে ষ্টেশ্যনাৰী / কম্পিউটাৰ সামগ্ৰী যোগানৰ নিবিদা আহ্বায়ক জাননী |
১০-০৪-২০১৮ |
TDP/RD/2018/01-15 |
বিভিন্ন সামগ্ৰীৰ বাবে নিবিদা - তিনিচুকীয়া |
মাৰ্চ ২০১৮ |
২২-০৩-২০১৮ |
|
ষ্টেশ্যনাৰী সামগ্ৰীৰ যোগান |
২২-০৩-২০১৮ |
|
কম্পিউটাৰৰ সামগ্ৰী যোগান |
২২-০৩-২০১৮ |
|
বৈদ্যুতিক সামগ্ৰীৰ যোগান |
ফেব্ৰুৱাৰী ২০১৮ |
২১-০২-২০১৮ |
Bn4/HF/2017-18/723-36 |
অসম আৰক্ষীৰ ঘোঁৰাৰ বাবে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী |
জানুৱাৰী ২০১৮ |
২০-০১-২০১৮ |
VDO/Equipment/13/2017-18/151 |
ভি ডি অ' (ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন) লৈ ছাতিৰ যোগান |
২০-০১-২০১৮ |
VDO/Equipment/12/2017-18/ 166 |
ভি ডি অ' (ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন) লৈ ৰেইনকোটৰ যোগান |
২০-০১-২০১৮ |
VDO/Equipment/10/2017-18/157 |
ভি ডি অ' (ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন) লৈ টৰ্চলাইট যোগান |
২০-০১-২০১৮ |
VDO/Equipment/14/2017-18/161 |
ভি ডি অ' (ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন) লৈ হুইছেল যোগান |