মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অসম আৰক্ষীৰ ছহিদসকল

২০০৭

২০০৭ চনত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ বিষয়া আৰু জোৱানসকল

 

ইয়াফজুদ্দিন আহমেদ

কনিষ্টবল, চতুৰ্দশ অসম আৰক্ষী বাহিনী   
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৬-০১-২০০৭, কাৰ্বি আংলং    

 

বৈদ্য নাথ ৰাভা

কনিষ্টবল, চতুৰ্দশ অসম আৰক্ষী বাহিনী 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৬-০১-২০০৭, কাৰ্বি আংলং 

 

জেছি লেলদিনহান পাৰ্থে

কনিষ্টবল, চতুৰ্দশ অসম আৰক্ষী বাহিনী   
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান:  
০৬-০১-২০০৭, কাৰ্বি আংলং 

 

কুকলি ৰয়

কনিষ্টবল, চতুৰ্দশ অসম আৰক্ষী বাহিনী   
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৬-০১-২০০৭, কাৰ্বি আংলং

 

অতুল চাংমাই

কনিষ্টবল 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২০-০৪-২০০৭, গোলাঘাট

 

গগন চন্দ্ৰ বৰ্মন

কনিষ্টবল  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২০-০৪-২০০৭, গোলাঘাট  

 

বিমল সৰকাৰ

এএছআই, 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান:
০৩-০৬-২০০৭, কাৰ্বি আংলং   

 

দেৱ বসুমতাৰী

ইউবিচি 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৩-০৬-২০০৭, কাৰ্বি আংলং 

 

আখতাৰউদ্দিন লস্কৰ

হাবিলদাৰ, চতুৰ্দশ অসম আৰক্ষী বাহিনী  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৩-০৬-২০০৭, কাৰ্বি আংলং 


হবিবুৰ ৰহমান

কনিষ্টবল ৯৮৪, পঞ্চম অসম আৰক্ষী বাহিনী 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২৭-০৪-২০০৭, উত্তৰ কাছাৰ পাৰ্বত্য জিলা   

 

লালৰামথাং হেমাৰ

কনিষ্টবল ৩০২, পঞ্চম অসম আৰক্ষী বাহিনী  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান:
০৩-১১-২০০৭, উত্তৰ কছাৰ পাৰ্বত্য জিলা 

 

কুমুদ বড়ো

কনিষ্টবল ৬৩৯, দ্বিতীয় অসম আৰক্ষী বাহিনী     
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৩-১১-২০০৭, উত্তৰ কাছাৰ পাৰ্বত্য জিলা 

 

মায়া ৰাম কলিতা

লেন্সনায়ক/১১৩, অষ্টম অসম আৰক্ষী বাহিনী 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১৮-১২-২০০৭, উত্তৰ কাছাৰ পাৰ্বত্য জিলা 

 

বিপিন গগৈ

পিএছঅ        
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
৩১-০৩-২০০৭, বাগসা  

 

ৰয়েল কে চাংমা

এবি কনিষ্টবল
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১৮-১২-২০০৭, উত্তৰ কাছাৰ পাৰ্বত্য জিলা