মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অসম আৰক্ষীৰ ছহিদসকল

১৯৯১

১৯৯১ চনত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ বিষয়া আৰু জোৱানসকল

 

বাবুল বৰা

হাবিলদাৰ  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৫-১২-১৯৯১, নগাঁও  


নৰেন বৰদলৈ

হাবিলদাৰ 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৫-১২-১৯৯১, নগাঁও 


ৰঘুৰাম দাস

চি/
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১৫-০৮-১৯৯১, কামৰূপ  


নিত্য দত্ত

অসম আৰক্ষী সেৱা 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২৭-১০-১৯৯১, কামৰূপ   


অতুল তালুকদাৰ

এএছআই 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২০-০১-১৯৯১, নলবাৰী

 

নৰহৰি গগৈ

এছআই  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২৫-০৫-১৯৯১, দৰং  


আগিষ্টা নাৰ্জাৰী

ডিইএফ  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
৩১-০৩-১৯৯১, দৰং 


ললেন কিপজেন

ইউবি এছআই 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান:  



ছকিছে ছেমা

এনকে 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 



নৰেশ্বৰ

কনিষ্টবল
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১৪/০৮/১৯৯১, কাৰ্বি আংলং 


ভুনেশ্বৰ কুমাৰ

হাবিলদাৰ  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০১-০১-১৯৯১, কোকৰাঝাৰ