মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

অসম আৰক্ষীৰ ছহিদসকল

১৯৯৩

১৯৯৩ চনত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ বিষয়া আৰু জোৱানসকল

 

 

নবীন ডেকা

হাবিলদাৰ  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৩-০২-১৯৯৩, নগাঁও    


জীৱকান্ত ফুকন

এছআই   
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১২-০৩-১৯৯৩, শিৱসাগৰ   


নন্দেশ্বৰ দত্ত

ডিইএফ 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১২-০৩-১৯৯৩, শিৱসাগৰ    


সৌৰভ শইকীয়া

এইছআইচি 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১৫-০৪-১৯৯৩, শোণিতপুৰ    

 

অজিত বৰ্মন

এএছআই 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১৫-০৫-১৯৯৩, নলবাৰী  


প্ৰদীপ কুমাৰ ৰয়

ডিইএফ   
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২২-০৬-১৯৯৩, বঙাইগাঁও  


ৰলেশ্বৰ শৰ্মা

১ম এএছআৰএফ বাহিনী   
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২৬-০৯-১৯৯৩, বঙাইগাঁও   


জাহাংগীৰ

এছ.আই.এ.অ.এন  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান:
০৫/১১/১৯৯৩, লখিমপুৰ    


লোকনাথ কোঁৱৰ

হাবিলদাৰ 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৫-১১-১৯৯৩, লখিমপুৰ

 

জগত বৰ্মন

চি/ 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১১/১২/১৯৯৩, গুৱাহাটী   


সুবিমল দাস

এএছআই   
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২৬-১২-১৯৯৩, নগাঁও

  

কেদাৰ ৰয়

ডি/চি 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২৬-১২-১৯৯৩, নগাঁও    


লোচন শৰ্মা

এলএনকে  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২৬-১২-১৯৯৩, নগাঁও  


মগনীয়া বৰদলৈ

কনিষ্টবল  
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২৬-১২-১৯৯৩, নগাঁও 

 

ললিত শইকীয়া

এলএনকে 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০২/০৬/১৯৯৩, দৰং 


ভগদত্ত মুচাহাৰী

চিআই 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
০৮/০৯/১৯৯৩, বৰপেটা 

 

চিৰাজুল ইছলাম বৰা

এছআই 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
১৫/১১/১৯৯৩, দৰং 


কাৰ্টাৰ সিং

এছআই 
ছহিদবৰণ কৰা তাৰিখ আৰু স্থান: 
২৬/১১/১৯৯৩, কোকৰাঝাৰ