মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

চৰিত্ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন

চিহ্নাংকসূচী:

  • চিচিটিএনএছ ৱেবচাইটত লগইন কৰি এগৰাকী নাগৰিকে চৰিত্ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব পাৰে।
  • ‘চিটিজেন চাৰ্ভিচেছ’ লৈ গৈ ‘কেৰেক্টাৰ চাৰ্টিফিকেট ৰিকুয়েষ্ট’ অপশ্যন বাছি লৈ প্ৰয়োজনীয় বিতং তথ্য প্ৰদান কৰক।

অৱলোকন

চৰিত্ৰ প্ৰমাণপত্ৰ হৈছে অসম আৰক্ষীয়ে প্ৰদান কৰা এখন নথি য’ত এগৰাকী ব্যক্তিৰ পূৰ্বে কোনো কাৰণত দোষী সাব্যস্ত হোৱা নোহোৱাৰ বিষয়ে উল্লেখ থাকে।

যোগ্যতাৰ মাপকাঠি:

  • যিকোনো নাগৰিকে এই সেৱা লাভ কৰিব পাৰে।

পৰীক্ষণৰ বাবে কেনেকৈ আবেদন কৰিব:

ব্যৱহাৰকাৰীয়ে লগইন কৰক CCTNS website (Citizens Portal)

সেৱাৰ প্ৰকাৰ:

এই সেৱাৰ প্ৰকাৰ অনলাইন।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ:

বিতং তথ্য অনলাইনযোগে পূৰ কৰিব লাগে। ‘চিটিজেন প’ৰ্টেল’ ত লগইন কৰি ‘ডমেষ্টিক হেল্প ভেৰীফিকেশ্যন’ বা ‘এমপ্লয়ী ভেৰীফিকেশ্যন’ নিৰ্বাচন কৰি লৈ বিতং তথ্য তাত ভৰাওক। CLICK HERE.

কাৰ সৈতে যোগাযোগ কৰিব:

দৰ্শন কৰক CCTNS (Citizen Portal) Website