মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক অসম আৰক্ষী

ভাড়াতীয়া লোকৰ পৰীক্ষণ

চিহ্নাংকসূচী:

  • চিচিটিএনএছ ৱেবচাইটত লগইন কৰি নাগৰিকে ভাড়াতীয়া লোকৰ পৰীক্ষণ সেৱাৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰে।
  • ইয়াৰ বাবে ‘চিটিজেন চাৰ্ভিচেছ’ অপশ্যনলৈ গৈ ‘টেনাণ্ট ভেৰীফিকেশ্যন ৰিকুয়েষ্ট’ অপশ্যন বাছি লৈ তাত বিচৰা বিৱৰণসমূহ প্ৰদান কৰিব লাগে।

অৱলোকন

ভাড়াতীয়া লোকৰ পৰীক্ষণে এগৰাকী ব্যক্তিক তেওঁ ঘৰ ভাড়ালৈ দিয়া ভাড়াতীয়া লোক যে অপৰাধী বা অশান্তি সৃষ্টিকাৰী নহয় সেই কথাটো নিশ্চিত কৰে।

যোগ্যতাৰ মাপকাঠি:

  • ঘৰ ভাড়ালৈ দিবলৈ বিচৰা যিকোনো পৰিয়ালে এই সেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

পৰীক্ষণৰ বাবে কেনেকৈ আবেদন কৰিব:

ব্যৱহাৰকাৰীয়ে লগইন কৰিব লাগে CCTNS website (Citizens Portal)

সেৱাৰ প্ৰকাৰ:

এই সেৱাৰ প্ৰকাৰ অনলাইন

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ:

বিশদ বিৱৰণ অনলাইনযোগে পূৰ কৰিব পাৰি। ইয়াৰ বাবে ‘চিটিজেন প’ৰ্টেল’ ত লগইন কৰি ‘টেনাণ্ট ভেৰীফিকেশ্যন’ অপশ্যন বাছি লৈ বিতং তথ্য ভৰাওক। CLICK HERE.

কাৰ সৈতে যোগাযোগ কৰিব:

দৰ্শন কৰক CCTNS (Citizen Portal) Website