তথ্য জনাৰ অধিকাৰ ২০০৫ আইনে চৰকাৰৰ তথ্য জনাৰ বাবে জনসাধাৰণৰ অনুৰোধৰ প্ৰতি সময়ত সঁহাৰি প্ৰদান কৰাতো বাধ্যতামূলক কৰে। শাসন যন্ত্ৰৰ দিশত উচিত নিৰীক্ষণ ৰখাটো আৰু শাসনযন্ত্ৰক শাসিতৰ প্ৰতি অধিক দায়িত্বপূৰ্ণ কৰি তোলা এগৰাকী তথ্যসমৃদ্ধ নাগৰিকৰ বাবেহে সম্ভৱ। নাগৰিকক চৰকাৰৰ কাৰ্যসমূহৰ প্ৰতি তথ্যসমৃদ্ধ তথা জ্ঞাত কৰি ৰখাৰ দিশত এই আইন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
Title | Size | Detail |
---|---|---|
তথ্য জনাৰ অধিকাৰ আইন ২০০৫ (অসমীয়া) | 176.31 KB | |
তথ্য জনাৰ অধিকাৰ আইন ২০০৫ (ইংৰাজী) | 389.02 KB |