চৰিত্ৰ প্ৰমাণপত্ৰ হৈছে অসম আৰক্ষীয়ে প্ৰদান কৰা এখন নথি য’ত এগৰাকী ব্যক্তিৰ পূৰ্বে কোনো কাৰণত দোষী সাব্যস্ত হোৱা নোহোৱাৰ বিষয়ে উল্লেখ থাকে।
এই সেৱাৰ প্ৰকাৰ অনলাইন।
বিতং তথ্য অনলাইনযোগে পূৰ কৰিব লাগে। ‘চিটিজেন প’ৰ্টেল’ ত লগইন কৰি ‘ডমেষ্টিক হেল্প ভেৰীফিকেশ্যন’ বা ‘এমপ্লয়ী ভেৰীফিকেশ্যন’ নিৰ্বাচন কৰি লৈ বিতং তথ্য তাত ভৰাওক। CLICK HERE.
দৰ্শন কৰক CCTNS (Citizen Portal) Website