
Monday, February 1, 2021 to Tuesday, February 1, 2022 Location:Guwahati
01/02/2021 বহুপ্ৰত্যাশিত উপ-পৰিদৰ্শক পদৰ বাবে হোৱা PET আৰু PST পৰীক্ষাৰ প্ৰথম দিন আছিল। 4th অসম পুলিচ বেটেলিয়নৰ প্ৰাংগনত ৩৫৪ জন প্ৰাৰ্থীৰ মাজৰ পৰা যোগ্য জনক নিৰ্বাচন কৰাৰ বাবে অত্যাধুনিক পৰীক্ষণ ব্যৱস্থা, সম্পূৰ্ণ স্বচ্ছতাৰে তথা ফলাফলত যাতে কোনো ধৰণৰ হস্তক্ষেপৰ অৱকাশ নাথাকে সেই বিষয়ে নিশ্চয়তা প্ৰদান কৰি দক্ষতাৰে এই প্ৰথম দিনটোৰ পৰীক্ষা সম্পন্ন কৰিলে।
![]() |
![]() |
![]() |
![]() |