Thursday, January 21, 2021 to Friday, January 21, 2022 Location:Sivasagar
যোৱা 21/01/2021 ত অসম গাওঁৰক্ষী সংগঠনৰ ৭২ তম প্ৰতিষ্ঠা দিৱসৰ উলহমালহেৰে বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতলঘৰৰ বাকৰিত উদযাপন কৰা হয়।
অসমৰ মুখ্যমন্ত্ৰী শ্ৰীসৰ্বানন্দ সোণোলদেৱে এই সভাতে অসম গাওঁৰক্ষী সংগঠনৰ প্ৰতিষ্ঠাপক শ্ৰদ্ধাভাজন হৰিনাৰায়ণ বৰুৱাদেৱৰ প্ৰতিমূৰ্তি এটা গুৱাহাটীত স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।
আজিৰ এই সভাত ভাষণ দিয়া আন গণ্যমান্য ব্যক্তিসকল আছিল ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী শ্ৰী যোগেন মহন, যোৰহাটৰ সাংসদ শ্ৰী তপন কুমাৰ গগৈ আৰু আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী ভাস্কৰজ্যোতি মহন্ত
![]() |
![]() |
![]() |
![]() |