I am now accessing as a :

Government Of Assam Home & Political Assam Police

কৰ্মচাৰী পৰীক্ষণ

  • ব্যৱহাৰকাৰীয়ে নাগৰিক প'ৰ্টেলত ঘৰুৱা সহায়তাৰ বাবে নিযুক্ত লোকৰ পৰীক্ষণৰ বাবে আবেদন দাখিল কৰিব পাৰে।
  • আবেদন পত্ৰ পূৰ কৰোঁতে বনকৰা ব্যক্তিগৰাকীৰ সবিশেষ, ঠিকনা, যোগাযোগ নম্বৰ সঠিককৈ উল্লেখ কৰাৰ উপৰিও বাধ্যতামূলক ক্ষেত্ৰসমূহ (*) পূৰ কৰিব লাগে।
  • এই অনুৰোধ আবেদন দাখিল কৰাৰ আগতে অনুগ্ৰহ কৰি এবাৰ পৰীক্ষা কৰি চাওঁক কাৰণ এই অনুৰোধ আবেদন এবাৰ দাখিল কৰিলে পুনৰাই এয়া সংশোধন কৰিব নোৱাৰি।
  • অনুৰোধ আবেদন দাখিল কৰাৰ পিছত সেৱা অনুৰোধ সংখ্যাৰে সৈতে এটা চিষ্টেম এছএমএছ লাভ কৰিব।
  • আৰক্ষী পৰীক্ষণ প্ৰক্ৰিয়াৰ সফল পৰিসমাপ্তিৰ পিছত ব্যৱহাৰকাৰীয়ে তেওঁৰ লগ ইন একাউণ্টৰ পৰা ইয়াৰ এটা প্ৰতিলিপি ডাউনলোড কৰি ল'ব পাৰে।
  • আপুনি নাগৰিক প'ৰ্টেলৰ এগৰাকী নতুন ব্যৱহাৰকাৰী হ'লে, পঞ্জীয়নৰ বাবে ইয়াত ক্লিক কৰক
  • আপুনি নাগৰিক প'ৰ্টেলৰ ইতিমধ্যেই এগৰাকী ব্যৱহাৰকাৰী হ'লে, লগ ইন কৰিবলৈ ইয়াত ক্লিক কৰক